অসম্ভৱ অনুবাদ | হীৰেন ভট্টাচাৰ্য

0

অসম্ভৱ অনুবাদ | হীৰেন ভট্টাচাৰ্য

অসম্ভৱ অনুবাদ

অসম্ভৱ অনুবাদ

—হীৰেন ভট্টাচাৰ্য

এটা অজুহাত পালে মই গুচি যাব পাৰোঁ,

যেনি মন যায়, তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি

মই গুচি যাম, যি কোনো অজুহাত পালে,

মুক্ত কৰি প্ৰতিভাৰ পথ, নিৰ্জনতা নিৰ্ভৰ ছায়াৰ

সুখ্যাতিত এই যে তোমাৰ এই উপস্থিতি

অসম্ভৱ অনুবাদ তাৰ, জালিকটা জোনাকৰ

মাজেৰে মই গুচি যাম, হাতত সাৰে ভৰিত সাৰে ……

(কোনোবা হাস্নাহানা ৰাতি) ০ ০ ০

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘অসম্ভৱ অনুবাদ | Asomvb Anubad | হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  2. আত্মপাঠ-ইছমাইল হোছেইন
  3. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  4. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  5. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  6. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  7. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  8. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  9. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  10. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  11. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  12. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleকৃষক বন্ধুলৈ | ইছমাইল হোছেইন
Next articleComplete Guide to UPSC APSC IAS IPS ACS APS

LEAVE A REPLY

Please enter your comment!
Please enter your name here