অ অসমীয়া ডেকা দল | বিষ্ণু ৰাভা

0

আপুনি যদি ‘বিষ্ণু ৰাভাৰ ‘অ অসমীয়া ডেকা দল’ কবিতাটো / গীতটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।

অ অসমীয়া ডেকা দল

অ অসমীয়া ডেকা দল

 –বিষ্ণু ৰাভা

অ অসমীয়া ডেকা দল
অ অসমীয়া ডেকা দল
আজি তোৰ তেজাল বদন
মলিন কিয় হ’ল?
 
দুৰ্গম নদ-পাহাৰ-গিৰি
লংঘিছিলে ডেকাগিৰি
সুন্দৰ শঙ্কৰে লৰি
কৰিছিলে তল,
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল
সিও যে তোৰ
নাইকীয়া হ’ল।
 
কীৰ্তন দশম নামঘোষা
হওক আমাৰ শৌৰ্য
নাট, গীত, নাম, বৰগীত
হওক ৰণৰ তুৰ্য
আহি তেওঁৰ এই অসমৰ
হওক অসীম বীৰ্য
অসমীয়া! সমনীয়া!
আগবাঢ়ি যাওঁ বল
আগবাঢ়ি যাওঁ বল। 0 0 0

Oh, the Assamese Youth Team

-Bishnu Rava

Oh, the Assamese youth team
Oh, the Assamese youth team
Your bloody face
Why did it become dirty today?

Inaccessible rivers, mountains, hills
They were young men
Sundar Shankar Lori
did the bottom,
showed worldwide
Infinite arm force
He’s yours too
It disappeared.

Kirtan Dasham Namghosha
Let it be our courage
There are many ways to get a job
Let it be the trumpet of battle
Come to his this Assam
Let there be infinite semen
Assamese! buddy!
Let’s move on, ball
Let’s move on, ball. 0 0 0

 

Oh, the Assamese Youth Team

Bishnu Rava’s poem “Oh, Assamese Youth Team” is a call to action and a reflection on the situation of Assamese youth. It evokes a deep sense of pride in their heritage and an appeal to reclaim lost power and direction. The poet laments the current state of disarray, symbolized by the “bloody face” that has become “dirty”, and contrasts it with the past, when youth were the ideal of strength and resilience.

The imagery of “inaccessible rivers, mountains and hills” symbolizes the challenges overcome by Assamese youth in history, demonstrating their immense power and potential. Rava calls for reviving this spirit through cultural touchstones such as ‘kirtan’ and ‘namaghosha’ that represent Assamese tradition and unity.

The poem culminates in an urgent rallying call to action, urging the youth to channel their energies and unite for a brighter future. The oft-repeated lines “Let’s move on, ball” emphasise speed and collective movement, encouraging a resurgence of pride, purpose and determination among the Assamese people.

It is a timeless reminder of cultural resilience and the power of unity.

নোট: যদি আপুনি ‘বিষ্ণু ৰাভা ‘অ অসমীয়া ডেকা দল’ গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
 
বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘অ’ অসমীয়া ডেকা দল | O Asomiya Deka Dal’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  8. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleলগন উকলি গল | বিষ্ণু ৰাভা
Next articleMale Masturbation

LEAVE A REPLY

Please enter your comment!
Please enter your name here