আহিনৰ লেণ্ডস্কেপ | হীৰেন ভট্টাচাৰ্য

0

আহিনৰ লেণ্ডস্কেপ | হীৰেন ভট্টাচাৰ্য. আপুনি যদি ‘হীৰেন ভট্টাচাৰ্যৰ ‘আহিনৰ লেণ্ডস্কেপ কবিতাটো  বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে,

আহিনৰ লেণ্ডস্কেপ

আহিনৰ লেণ্ডস্কেপ

—হীৰেন ভট্টাচাৰ্য                           

(১)

শেষ হৈ গ’ল

লুদ্ধ আকাশৰ হিংস্ৰ উৎসৱ ।

উখল মাখল পথাৰত

এতিয়া বলিছে সেউজীয়া ঢল ।।

 (২)

তামস আকাশখনৰ

স্তব্ধতা ভাঙে কোমল কঁহুৱা ফুলে ।

কবিতাৰো বতৰ আছে

আহিনৰ আকাশে কাণে কাণে ক’লে ।

 (৩)

ৰ’দালিৰ ভাঁজে ভাঁজে

অপাৰ বিস্ময় ।

আবেগত ভাঙি পৰে

শব্দৰ তন্ময় । ০ ০ ০

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘আহিনৰ লেণ্ডস্কেপ | Ahinor Landscape | হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
  2. শৰ-সন্ধান-হীৰেন ভট্টাচার্য
  3. ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
  4. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  5. আত্মপাঠ-ইছমাইল হোছেইন
  6. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  7. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  8. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  9. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  10. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  11. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  12. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  13. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  14. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  15. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleমোৰ এই শব্দবোৰ | হীৰেন ভট্টাচাৰ্য
Next articleজীৱন আৰু মানুহ বিষয়ক | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here