এতিয়াও অমৃত | হীৰেন ভট্টাচাৰ্য

0

এতিয়াও অমৃত | হীৰেন ভট্টাচাৰ্য | ‘এতিয়াও অমৃত’ কবিতাখন স্মৃতি আৰু দুঃখৰ গভীৰ অনুভূতিৰ এক নীরব যাত্ৰা — বিষণ্ণ আকাশত লুকাই থকা তেজ আৰু বেদনা প্ৰকাশ কৰা এক মৃদু কবিতাময় অভিজ্ঞতা।

এতিয়াও অমৃত

এতিয়াও অমৃত

—হীৰেন ভট্টাচাৰ্য

 

(১)

স্মৃতি দুখৰ অতীত

সুহুৰিয়াই গুচি যায় সুৰম্য উপত্যকা ।

(২)

মুখত এজোলোকা তেজ । সুৰ্যটো ওলমি আছে ।

আকাশ ফাঁচীৰ কাঠ ।

 (৩)

দীৰ্ঘশ্বাস মলিন আকাশত কোন তুমি বিষাদ প্ৰতিমা! ০ ০ ০

 

Still Nectar
—Hiren Bhattacharya

(1)
Memory, a sorrowful past,
whispers and dissolves
into a picturesque valley.

(2)
A trace of strength lingers on the lips.
The sun hangs low,
like a splinter of sky’s wood.

(3)
With a long, weary sigh,
in the dim sky—
Who are you, image of melancholy? 0 0 0

 

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘এতিয়াও অমৃত | Atiyao Amrit | হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
  2. শৰ-সন্ধান-হীৰেন ভট্টাচার্য
  3. ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
  4. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  5. আত্মপাঠ-ইছমাইল হোছেইন
  6. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  7. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  8. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  9. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  10. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  11. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  12. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  13. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleমোৰ আৰু পৃথিৱীৰ | হীৰেন ভট্টাচাৰ্য
Next articleMCQs on Ancient Indian History 2

LEAVE A REPLY

Please enter your comment!
Please enter your name here