Home Apedia কবিতা টিলাই টিলাই ঘূৰি ফুৰে | বিষ্ণু ৰাভা

টিলাই টিলাই ঘূৰি ফুৰে | বিষ্ণু ৰাভা

0

আপুনি যদি ‘বিষ্ণু ৰাভাৰ ‘টিলাই টিলাই ঘূৰি ফুৰে’ কবিতাটো / গীতটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।

টিলাই টিলাই ঘূৰি ফুৰে বিষ্ণু ৰাভা

টিলাই টিলাই ঘূৰি ফুৰে

–বিষ্ণু ৰাভা

টিলাই টিলাই
ঘূৰি ফুৰে উলাহেৰে
খামটি ছোৱালী।
ঘন কলীয়া মেঘৰে
আঁৰে আঁৰে
ৰঙ মনেৰে খেলি ফুৰে
নাচনী বিজুলী।
বনৰে বনৰীয়া
ভেলাকে ধুনীয়া দেখি
থমকি থমকি নাচে তাই
টিঙতে উজলি টিলাই।
পোৱালৰে ৰঙা মণি
তাইৰে গাল দুখনী
বুকুত লৰি আভা ঢালি
কৰে ৰাঙলী
লাজতে লাজুকী তাই
মিচিকি হাঁহিৰে তাই
দুটি নয়নৰ পাহি মেলি
খামটি ছোৱালী।
কাষ চাপোতেই
তাৰে বুকুত পৰে ঢলি
খামটি ছোৱালী।  0 0 0

She Wanders From Hills to Hills

–Bishnu Ravana

From hills to hills
Wanders the Khamti girl in joy.
Behind the black clouds
Behind the scenes
Plays in ecstasy
Dancing lightning.
They are wild in the forest
And looks beautiful
She dances slowly
They are bright in the sky.
The red gem of the calf
She has two cheeks
They poured a light on their chests
does the colorful
She is shy in shame
She smiled with a smile
There are two eyes open
The envelope is a girl.
As soon as you approach
There is nothing wrong with that
The envelope is a girl.0 0 0

She Wanderings from Hills to Hills: Brief Comment

‘She Wanders from Hills to Hills’ by Bishnu Ravan is a vivid and poetic portrayal of a free-spirited Khamti girl whose beauty and energy are in tune with the natural world. The poem uses rich imagery and metaphor to portray her as a symbol of vitality and innocence. The juxtaposition of her shyness and confidence reflects the contrasting elements of nature, such as the playful lightning and the serene sky. The rhythmic flow of the poem and the celebration of the girl’s essence create a charming and dreamlike atmosphere, leaving a lasting impression of her happiness and purity.

যদি আপুনি ‘বিষ্ণু ৰাভা ‘টিলাই টিলাই ঘূৰি ফুৰে’ গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘টিলাই টিলাই ঘূৰি ফুৰে উলাহেৰে | Tilai Tilai Ghuri Fure’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  8. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleবিলতে হালিছে ধুনীয়া পদুমী | বিষ্ণু ৰাভা
Next articleনাহৰ ফুলে নুশুৱায় | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here