দূৰ আৰবত মৰুৰ বুকুত | বিষ্ণু ৰাভা

0

আপুনি যদি ‘বিষ্ণু ৰাভাৰ ‘দূৰ আৰবত মৰুৰ বুকুত’ কবিতাটো / গীতটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।

দূৰ আৰবত মৰুৰ বুকুত বিষ্ণু ৰাভা

দূৰ আৰবত মৰুৰ বুকুত

–বিষ্ণু ৰাভা

দূৰ আৰবত মৰুৰ বুকুত
বয় ভকতি আজান
পুৱতি নিশাৰ সোণালী উষাৰ
উঠে মৌসনা গান।


মিলনৰ সুৰ বোৱায়
শুনে সৰব-জাহান
একেটি মালাৰ ডোলতে
গঁথা সবাৰে পৰাণ।


প্ৰেম ভকতিৰ পৰশ লাগি
হজৰত নবী ইব্রাহিমৰ
নীল আকাশৰ ইন্দ্ৰধনু
ৰহণ জ্বলে সাত বৰণৰ
বেহেস্ত নামি সৰগ ফুলে
এই মৰতত গাই সেই পোহৰ
শুকান বালিৰ হিয়াত উঠে
মীনা কৰা মচজিদ মহান।


ৰূপোৱালি জলহজৰেই
ধুনীয়া ৰূপহী জোনাই
ধৰাৰ বুকুত জোনোৱালিৰ
এক বৰণৰ ৰহন বুলায়।
মচজিদৰে মীনাৰ ভেদি
কোৰবানী সুৰ ৰজনজনাই
জাহান ভৰি বিশ্ব জুৰি
ইদোজ্জোহাৰ উলাহৰ গান। 0 0 0

In the Desert in Distant Arabia

–Bishnu Rava

In the desert of distant Arabia
Bhakti Azan spreads
The golden dawn of the early morning
There is a honey-sweet song.

They play the tune of reconciliation
Hears the whole world
In the same garland doll
The knot is everyone’s soul.

There is a touch of love and devotion
of  Prophet Abraham
The rainbow of the blue sky
The eclipse burns in seven colors
Heaven descends and heaven blooms
This is the light of the cow in this death
It rises in the heart of dry sand
The mosque of Meena is great.

The silver is ship
Beautiful beautiful moonlit
There is light on the earth
It is called a colored light.
Through the minaret like a mosque
The sacrificial tune resounds
Jahan fills the world
A Song of Joy of Idozoha.0 0 0

 

In the Desert of Distant Arabia: Comment

Bishnu Rava’s lyric beautifully captures the profound spiritual essence of devotion and unity in the remote Arabian desert. The imagery of the “devotional azan” spreading across the golden morning evokes a sense of divine harmony and peace beyond human boundaries. The idea of ​​the “honey-sweet song” as a universal call for reconciliation and peace is very touching, symbolizing the connection of humanity through shared spirituality.

References to Prophet Abraham and the light descending into the heart of the dry sand highlight the historical and sacred significance of devotion in a barren but spiritually fertile land. The vivid description of a rainbow blazing with seven colors in the blue sky is a symbol of hope and divine promise, while the mosque of Mina stands as a great testament to faith and human connection.

Rava’s poetic exploration of Eid al-Adha (Idzoha), with the sacrificial melody resonating from the minarets, celebrates the joy of sacrifice and devotion. This vibrant depiction of spirituality transforms the desert into a haven of love, light, and divine beauty. It is an inspiring reminder of the power of faith to unite and rise above.

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘দূৰ আৰবত মৰুৰ বুকুত | Dur Arabat Marur Bukut‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে

নোট:  যদি আপুনি ‘বিষ্ণু ৰাভা ‘দূৰ আৰবত মৰুৰ বুকুত | বিষ্ণু ৰাভা’ গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  8. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleনাহৰ ফুলে নুশুৱায় | বিষ্ণু ৰাভা
Next articleবিশ্বৰ ছন্দে ছন্দে | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here