দেশ আৰু অন্যান্য বিষয়ক | হীৰেন ভট্টাচাৰ্য

0

দেশ আৰু অন্যান্য বিষয়ক | হীৰেন ভট্টাচাৰ্য. আপুনি যদি ‘হীৰেন ভট্টাচাৰ্যৰ ‘দেশ আৰু অন্যান্য বিষয়ক কবিতাটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এইখন আপোনাৰ বাবে। 

দেশ আৰু অন্যান্য বিষয়ক

দেশ আৰু অন্যান্য বিষয়ক

—হীৰেন ভট্টাচাৰ্য

(১)

দেশ বুলি ক’লে আদেশ নেলাগে,

মোৰ তুম্‌ৰালি তেজত টগবগাই উঠে

এহেজাৰ এটা ৰণুৱা ঘোঁৰা!

 (২)

মোৰ শব্দৰ শোভাযাত্ৰা হওক, স্কুৰ-কুটিল ৰাতিৰ প্ৰহৰী হওক

তিৰবিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল,

টলমল শব্দৰ উচ্ছ্বসিত তেজৰ প্ৰৱাহে-প্ৰৱাহে ।

 (৩)

মোৰ কামিজত ফুটি উঠে কাতৰতা, ক্ষীণ হয় ঘনিষ্ট উশাহ;

গভীৰত বৰ অস্বস্তি, বৰ অস্থিৰতা । সতৰ্ক প্ৰহৰী বতাহ

হঠাৎ কৌতূহলী হৈ পানীত যিদৰে নচুৱাই মাছ

মোৰ চৌকাষে উদ্যত মৃত্যু; মৃত্যুৰ কৌশলী হাত

অথবা, মৃত্যুজিত প্ৰতিভাৰ আচ্ছাদিত আভাস । ০ ০ ০

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘দেশ আৰু অন্যান্য বিষয়ক | Desh Aru Annanya Bishayak’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুসম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
  2. শৰ-সন্ধান-হীৰেন ভট্টাচার্য
  3. ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
  4. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  5. আত্মপাঠ-ইছমাইল হোছেইন
  6. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  7. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  8. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  9. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  10. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  11. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  12. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  13. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  14. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  15. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ

 

Previous articleEnglish Quran: A Comprehensive List
Next articleপৃথিৱী মোৰ কবিতা | হীৰেন ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here