দেশ | ইছমাইল হোছেইন

0

আপুনি যদি ‘ইছমাইল হোছেইনৰ ‘দেশ’ কবিতাটো / গীতটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।

দেশ

দেশ 

–ইছমাইল হোছেইন

তোমাৰ ছন পৰা বুকুত মূৰ গুজি 

প্ৰত্যহ মই আহ্বান কৰো এটি সূৰ্যস্নাতা পুৱা

মোৰ বুকুৰ কামিহাড় গছকি পাৰ হৈ যায় 

এদল উদভ্ৰান্ত ঘোঁৰা।

নাৰী দেহৰ দৰে তোমাৰ এই ঋজু শৰীৰ

আৰু দৰিদ্ৰতাই কৰ্ষণ কৰা মোৰ

যন্ত্ৰবৎ দেহা।

আহা ক্ষন্তেক আলিংগন কৰোঁ

ক্ৰান্তিকালৰ বাবে বিনিময় হওঁক কিছু কথা। ০ ০ ০

দেশ Desh: An Overview

The poem “দেশ” composed by ইমাল হোছেইন reflects the poet’s deep connection with the country, including themes of love, struggle, and sacrifice. Here is an overview in English.

The poet speaks to his motherland, finding comfort in its lap every day, hoping for a bright, sunny morning. However, this land is also a place of turmoil, where restless horses – symbolizing chaos or challenges – run through the poet’s chest, stirring up emotions and conflicts.

The country is compared to the flexible body of a woman, strong, yet shaped by hardships. The poet’s own body, worn and mechanical from poverty and relentless labor, reflects the country’s struggles. Despite the challenges, the poet seeks a moment of closeness with the land – a symbolic embrace – that offers a discourse of hope and resilience in exchange for the struggles endured together during these critical times.

This poem beautifully depicts the intimate and enduring relationship between the poet and his homeland, expressing both the pain of poverty and the hope for a brighter future.

নোট: যদি আপুনি ‘ইছমাইল হোছেইন ‘দেশ’ কবিতাটো / গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ।

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘Desh | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  8. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleনাগৰিকৰ প্ৰতি | ইছমাইল হোছেইন
Next articleমা | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here