পৃথিৱী মোৰ কবিতা | হীৰেন ভট্টাচাৰ্য

0

পৃথিৱী মোৰ কবিতা | হীৰেন ভট্টাচাৰ্য. আপুনি যদি ‘হীৰেন ভট্টাচাৰ্যৰ ‘পৃথিৱী মোৰ কবিতা কবিতাটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এইখন আপোনাৰ বাবে।

পৃথিৱী মোৰ কবিতা

পৃথিৱী মোৰ কবিতা

—হীৰেন ভট্টাচাৰ্য

কলম মোৰ কমাৰৰ হাতৰ হাতুৰি, ভাঙি-পিটি গঢ়ি লওঁ শব্দ,

খেতিয়কৰ ফাল যেন চোকা, সীৰলুত সোনৰ সীতা,

মিস্ত্ৰিৰ কৰত যেন ৰূঢ়,

কঠিন কাঠৰ আঁহ ফলি টানি আনো

অভিজ্ঞতাৰ তেজ লগা শব্দ, চাওঁতাল মৰদৰ ধনুৰ কাঁড় যেন

লক্ষ্যভেদী একো-একোটা শব্দ মোৰ

ৰক্ত-মাংস-ইচ্ছাত তীব্ৰ হৈ উঠে,

সিহঁতৰ কোনোটো পৰ্বতৰ দৰে উদ্ধত,

কোনোটো নদীৰ দৰে নত আৰু কোনোটো বা হ্ৰদৰ দৰে গম্ভীৰ,

কাৰো কথাত উঠা-বহা নকৰে ।

 

নদ-নদী-পৰ্বত চিত্ৰিত বিপুল মহাদেশৰ মই কবি,

পৃথিৱী মোৰ কবিতা । ০ ০ ০

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘পৃথিৱী মোৰ কবিতা | Prithibi Mour Kabita’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
  2. শৰ-সন্ধান-হীৰেন ভট্টাচার্য
  3. ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
  4. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  5. আত্মপাঠ-ইছমাইল হোছেইন
  6. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  7. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  8. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  9. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  10. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  11. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  12. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  13. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  14. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  15. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleদেশ আৰু অন্যান্য বিষয়ক | হীৰেন ভট্টাচাৰ্য
Next articleশোভাযাত্ৰাত নিহতজনৰ কবিতা | হীৰেন ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here