প্ৰস্তাৱনা | হীৰেন ভট্টাচাৰ্য

0

আপুনি যদি হীৰেন ভট্টাচাৰ্যৰ প্ৰস্তাৱনা’ কবিতাটো / গীতটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে সহজতে আয়ত্ব কৰিব পৰাকৈ অতি সৰল আৰু উজু ভাষাত লিখা হৈছে।

প্ৰস্তাৱনা

প্ৰস্তাৱনা

—হীৰেন ভট্টাচাৰ্য

 

মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা ।

কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা

নিজেই নিহত হওঁ সিহঁতৰ হাতত । 

মোৰ তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা ।

 

যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক

মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ

অনিবাৰ্য ঝনঝননি । সমস্ত শক্তিৰে

ছিঙি পেলাওঁ হাতৰ শিকলি । সমুখৰ

শোভাযাত্ৰাত যোগ দিওঁ অথবা

নিশব্দে তুলি লওঁ ছহীদৰ দেহা ।

মোৰ তেজৰ শিখাত

বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা। ০ ০ ০

নোট: যদি আপুনি ‘হীৰেন ভট্টাচাৰ্যৰ প্ৰস্তাৱনা’ কবিতাটো / গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘প্ৰস্তাৱনা Prostawana হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  2. আত্মপাঠ-ইছমাইল হোছেইন
  3. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  4. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  5. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  6. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  7. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  8. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  9. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  10. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  11. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  12. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleAssam History for Competitive Exam
Next articleকবিৰ হাতৰ ছবি | হীৰেন ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here