প্ৰয়াত কবিৰ স্মৰণত | হীৰেন ভট্টাচাৰ্য

0

আপুনি যদি হীৰেন ভট্টাচাৰ্যৰ প্ৰয়াত কবিৰ স্মৰণত’ কবিতাটো / গীতটো বিচাৰি আছে তেন্তে এইখন আপোনাৰ বাবে।

প্ৰয়াত কবিৰ স্মৰণত

প্ৰয়াত কবিৰ স্মৰণত

—হীৰেন ভট্টাচাৰ্য

 

বেশ্যান্তৰিত শাসক স্বভাৱদোষত স্ফীতোদৰ বণিকৰ ক্ৰীতদাস,

সন্ন্যাসে শোভা কৰে জানো কবিক, কলম যাৰ জাগৰ তৰোৱাল ?

কাব্যতো নহয় সহজ পণ্য, অন্য ধাতুৰে গঢ়া তাৰ বিপন্ন শৰীৰ,

তেজত প্ৰতিবাদ, সত্তাত বিপ্লৱ ।

 

নেৰুদা, মই তোমাৰ কুৰিটা প্ৰেমৰ কবিতা পঢ়িছোঁ,

আৰু জানো প্ৰেমৰ কবিতাৰে ৰচা এটা হতাশাৰ গানত মূৰ্ত

ভাঙনৰ হাতুৰি কিমান গধুৰ! ০ ০ ০

নোট: যদি আপুনি ‘হীৰেন ভট্টাচাৰ্যৰ প্ৰয়াত কবিৰ স্মৰণত’ / গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘প্ৰয়াত কবিৰ স্মৰণত | Prayata Kabir Smaranat | হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
  2. শৰ-সন্ধান-হীৰেন ভট্টাচার্য
  3. ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
  4. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  5. আত্মপাঠ-ইছমাইল হোছেইন
  6. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  7. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  8. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  9. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  10. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  11. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  12. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  13. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleমোৰ বুকুত কি জ্বলে | হীৰেন ভট্টাচাৰ্য
Next articleসংকট দিন | হীৰেন ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here