মোৰ বুকুত কি জ্বলে | হীৰেন ভট্টাচাৰ্য

0

আপুনি যদি হীৰেন ভট্টাচাৰ্যৰ মোৰ বুকুত কি জ্বলে’ কবিতাটো / গীতটো বিচাৰি আছে তেন্তে এইখন আপোনাৰ বাবে। 

মোৰ বুকুত কি জ্বলে

মোৰ বুকুত কি জ্বলে

—হীৰেন ভট্টাচাৰ্য

মোৰ বুকুত কি জ্বলে!

মোৰ দুখ, মোৰ আনন্দ

কিহে আৰু ব্যাপক কৰি তোলে!

মোৰ অনুভৱে অনুভৱে

তোমাৰ প্ৰেমৰ গুণগুণ শব্দ

এনেকৈ ৰূৰুৱাই জ্বলে যে

তাৰ ছাই ভৰি পৰে

মোৰ বুকুৰ ভিতৰে-বাহিৰে ।

 

সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে

মোক ছাই কৰি পুৰি নিব ক্ৰমে । ০ ০ ০

নোট: যদি আপুনি ‘হীৰেন ভট্টাচাৰ্যৰ মোৰ বুকুত কি জ্বলে’ / গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ বুকুত কি জ্বলে | Mur Bukut Ki Jble |’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
  2. শৰ-সন্ধান-হীৰেন ভট্টাচার্য
  3. ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
  4. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  5. আত্মপাঠ-ইছমাইল হোছেইন
  6. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  7. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  8. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  9. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  10. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  11. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  12. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  13. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
Next articleপ্ৰয়াত কবিৰ স্মৰণত | হীৰেন ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here