আপুনি যদি হীৰেন ভট্টাচাৰ্যৰ ‘শৰ-সন্ধান’ কবিতাটো / গীতটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে সহজতে আয়ত্ব কৰিব পৰাকৈ অতি সৰল আৰু উজু ভাষাত লিখা হৈছে.
শৰ-সন্ধান
ইয়াতেই বান্ধিছিলা তোমাৰ যৌৱনৰ
তেজি ঘোঁৰা। বসন্তৰ বতাহৰ দৰে
সেই ঘোঁৰাৰ খুৰাৰ ধূলিয়ে
চুমিছিল
মোৰ এই তেজাল আকাশ
আৰু তাৰ প্ৰান্তৰৰ সেউজীয়া ঘাঁহ।
তাৰ পিছত, পাৰ হৈ গ’ল
চ’তৰ নিদাঘ-জুই আৰু ব’হাগৰ
কতনা ধুমুহা।
….মই কেতিয়াবা
এতিয়াও সপোনত সাৰ পাই উঠোঁ
আফ্ৰিকা নে তেলেংগানা ক’ৰবাত
সেই ঘোঁৰা যেন হিল-দ’ল ভাঙি লৰিছে
আৰু তোমাৰ চাবুকত চমকি উঠিছে
নিৰ্জ্জন ৰাতিৰ ক্লীৱতা। ০ ০ ০
নোট: যদি আপুনি ‘হীৰেন ভট্টাচাৰ্যৰ ‘শৰ-সন্ধান’ / গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ দেশ’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।
You May Like:
- সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
- আত্মপাঠ-ইছমাইল হোছেইন
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:











