সংকট দিন | হীৰেন ভট্টাচাৰ্য

0

আপুনি যদি হীৰেন ভট্টাচাৰ্যৰ সংকট দিন’ কবিতাটো / গীতটো বিচাৰি আছে তেন্তে এই নিবন্ধখন আপোনাৰ বাবে। এইখন ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে সহজতে আয়ত্ব কৰিব পৰাকৈ অতি সৰল আৰু উজু ভাষাত লিখা হৈছে।

সংকট দিন

সংকট দিন

—হীৰেন ভট্টাচাৰ্য

 

আকালৰ চোতাল । শস্যৰ পথাৰ উদং । কিশোৰৰ হেৰাল

স্বপ্ন স্বাধীনতা । গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত ।

মূলত কি বিহ ? উছন গ’ল গাঁও । নষ্ট নগৰ ।

মৃত্যুৰ মলিন ছাঁত, অশ্লীল বণিজ । পাপ মুদ্ৰাৰ পায়োভৰ ।

হে সময়, গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা । ০ ০ ০

নোট: যদি আপুনি ‘হীৰেন ভট্টাচাৰ্যৰ সংকট দিন’ / গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘সংকট দিন | Sangkat Din’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে0 0 0

You May Like:

  1. মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
  2. শৰ-সন্ধান-হীৰেন ভট্টাচার্য
  3. ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
  4. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  5. আত্মপাঠ-ইছমাইল হোছেইন
  6. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  7. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  8. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  9. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  10. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  11. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  12. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  13. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleপ্ৰয়াত কবিৰ স্মৰণত | হীৰেন ভট্টাচাৰ্য
Next articleস্বদেশ স্বকাল | হীৰেন ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here