ৰুগ্ন পৃথিৱী
ৰুগ্ন পৃথিৱী
— আবুল কালাম আজাদ
সম্প্ৰতি সুস্থ্য পৃথিৱী ৰুগ্ন
ধৰণী শংকিত সন্ত্ৰস্ত
বিশ্ব সভ্য মানৱ জাতি
কৰোণা ৰোগত আক্ৰান্ত।
এবুকু হিয়া ভঙা দুখ
আপোনজন চাব, চুব নোৱাৰা শোক
পদমৰ্যাদা, দাম্ভিকতা ধূলিসাৎ
জীৱিকা মধ্যবিত্তৰ বিপৰ্যস্ত
নিম্নবিত্তৰ অনাহাৰত মৃত্যুৰ কিৰিলি।
দিনে-নিশাই মৃতদেহৰ এম্বুলেন্স
কৰোণাত আকাশ-বতাহ বিষাক্ত
সমস্ত পৃথিৱী এতিয়া ৰুগ্ন। 0 0 0
বিঃ দ্রঃ আবুল কালাম আজাদৰ উক্ত ‘ৰুগ্ন পৃথিৱী । Rugna Prithivi’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘আবুল কালাম আজাদৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
অতিৰিক্ত অনুসন্ধান:
- মৌলানা আবুল কালাম আজাদ
- হুমায়ুন আজাদ
- অসমীয়া কবিতা
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- বিষ্ণু ৰাভাৰ গীতি কবিতা
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ
- অসমীয়া আধুনিক কবিতা











