আপুনি যদি ‘ইছমাইল হোছেইনৰ ‘দুঃস্বপ্নৰ এবেলা’ কবিতাটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।
নোট: যদি আপুনি ‘ইছমাইল হোছেইনৰ দুঃস্বপ্নৰ এবেলা’ কবিতাটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
দুঃস্বপ্নৰ এবেলা
–ইছমাইল হোছেইন
মানুহে মানুহক হত্যা কৰিলে কি হয়-
এই সংজ্ঞা বিচাৰি চলাথ কৰিলো
হিটলাৰৰ ‘মেইনে কেম্ফ’
টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’
গান্ধীজীৰ ‘সত্য অন্বেষণৰ কাহিনী’
আৰু মাৰ্ক্সৰ ‘দাচ্ কেপিটেল’ৰ পাত।
অনাহাৰত মানুহৰ মৃত্যু ঘটালে কি হয়-
মন্দিৰ মছজিদত জুই জ্বলালে কি হয় –
এই সকলোবোৰৰ সংজ্ঞা বিচাৰি চলাথ কৰিছো
ৰাজভৱনৰ কোষাগাৰ,
সংবিধানৰ পৃষ্ঠা
আৰু আম্বেদকাৰৰ ঘৰ।”
“মুখ খুলি কথা ক’লেই উৰি যাব পাৰে মূৰ
একৈশ শতিকালৈ আছে মাথো আঠোটা বছৰ। ০ ০ ০
দুঃস্বপ্নৰ এবেলা (Half Day of a Nightmare): Critical Comment
The Assamese poem দুঃস্বপ্নৰ এবেলা (Half Day of a Nightmare) by Ismail Hossain is a profound reflection on the dehumanizing effects of violence, injustice, and social degradation. Through a vivid exploration of historical, philosophical, and moral inquiry, the poet highlights the consequences of human cruelty and the failure of systems designed to uphold justice and equality. The poem begins with a stark question: what happens when human beings kill each other? This question sets the tone for an existential and philosophical exploration. The poet seeks answers from iconic texts and figures of history—Hitler’s ‘Mein Kampf’, Tolstoy’s ‘War and Peace’, Gandhi’s ‘The Story of My Experiments with Truth’ and Marx’s ‘Das Capital’. Each of these works embodies different ideologies and historical perspectives, yet they all fail to offer a definitive answer to humanity’s pervasive violence and suffering. The poet extends this quest to other forms of human suffering: death by starvation, destruction of places of worship and communal violence. These acts, symbols of moral and social failure, prompt the poet to find their meaning in the treasures of state power, the pages of the Constitution and the legacy of Ambedkar, a champion of social justice. Yet, even these seem inadequate to address the poet’s nagging questions.
The poem reaches a dark turn with the acceptance of fear and repression. Speaking out against injustice even in the modern age carries the risk of personal harm – a chilling reminder of the fragility of freedom and democracy. “Eight years to go until the 21st century” underscores the urgent need to address these issues before humanity is further mired in chaos.
In conclusion, দুঃস্বপ্নৰ এবেলা (Half Day of a Nightmare) is a poignant critique of human apathy, systemic failure, and the cyclical nature of violence. The poet uses historical and philosophical references to underscore the need for introspection and action in a world on the brink of moral collapse. The poem forces readers to confront uncomfortable truths about humanity’s role in perpetuating its suffering and the urgent need to reclaim compassion and justice.
নোট: যদি আপুনি ‘ইছমাইল হোছেইনৰ দুঃস্বপ্নৰ এবেলা’ কবিতাটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘দুঃস্বপ্নৰ এবেলা | Dusapnor Abela | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:











