এতিয়াও অমৃত | হীৰেন ভট্টাচাৰ্য | ‘এতিয়াও অমৃত’ কবিতাখন স্মৃতি আৰু দুঃখৰ গভীৰ অনুভূতিৰ এক নীরব যাত্ৰা — বিষণ্ণ আকাশত লুকাই থকা তেজ আৰু বেদনা প্ৰকাশ কৰা এক মৃদু কবিতাময় অভিজ্ঞতা।
এতিয়াও অমৃত
—হীৰেন ভট্টাচাৰ্য
(১)
স্মৃতি দুখৰ অতীত
সুহুৰিয়াই গুচি যায় সুৰম্য উপত্যকা ।
(২)
মুখত এজোলোকা তেজ । সুৰ্যটো ওলমি আছে ।
আকাশ ফাঁচীৰ কাঠ ।
(৩)
দীৰ্ঘশ্বাস মলিন আকাশত কোন তুমি বিষাদ প্ৰতিমা! ০ ০ ০
Still Nectar
—Hiren Bhattacharya
(1)
Memory, a sorrowful past,
whispers and dissolves
into a picturesque valley.
(2)
A trace of strength lingers on the lips.
The sun hangs low,
like a splinter of sky’s wood.
(3)
With a long, weary sigh,
in the dim sky—
Who are you, image of melancholy? 0 0 0
বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘এতিয়াও অমৃত | Atiyao Amrit | হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।
You May Like:
- মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
- শৰ-সন্ধান-হীৰেন ভট্টাচার্য
- ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
- সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
- আত্মপাঠ-ইছমাইল হোছেইন
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:











